Thursday, 30 January 2020

জোনবিল মেলা

অসমৰ চহকী সংস্কৃতি আৰু পৰম্পৰাৰ গুৰুত্বপূৰ্ণ অংশ ঐতিহাসিক জোনবিল মেলা ৷ অতীতৰ বিনিময় প্ৰথাই এই মেলাত এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে ৷  ইয়াৰ দ্বাৰা তিৱা সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ উপৰিও এই মেলাই সকলোৰে মাজত সমন্বয় আৰু ভাতৃত্ববোধ গঢ়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ আহক এটি ভিডিঅ'ৰ জৰিয়তে ঐতিহাসিক জোনবিল মেলা সম্পৰ্কে কিছু আভাস লওঁ ৷ coped by mygov assam

No comments:

Post a Comment

আই আই টি, গুৱাহাটীৰ গৱেষকসকলে সক্ৰিয় শক্তি বিতৰণৰ বাবে এক অনুকূলন ভিত্তিক ভল্টেজ নিয়ন্ত্ৰণ পদ্ধতি প্ৰস্তুত কৰিছে

এই গৱেষণাত ভল্টেজৰ উঠা-নমা হ্ৰাস কৰা শক্তি বিতৰণ ব্যৱস্থাৰ সমন্বিত নিয়ন্ত্ৰণ ব্যৱহাৰ কৰি বৈদ্যুতিক বাহন চাৰ্জ কৰাৰ বাবে সৌৰশক্তিৰ ব্যৱহাৰ ব...